জিৰণি লজিৰণিঘৰ

জিৰণি কোঠা (Assamese) [ Roman: ji.ro.ni ko`.tha]
plc: -বিলাক, -বোৰ, dfc: -টো
Contributed by: Partha P Sarmah on 2010-04-29
1. (Common Noun-Neuter) a room provided for persons who have to wait say for a doctor, in an airport, railway station etc. কাৰোবালৈ/কিহবালৈ ৰৈ থাকোতে জিৰণি লবৰ বাবে বা ব্যৱহাৰ কৰিবলৈ দিয়া কোঠা , যেনেঃ ৰেইল ষ্টেশ্যন, বিমান কোঠ আদিত যাত্ৰী ৰবলৈ দিয়া কোঠা৷